TV9 ASSAM
প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বহুতো কৌশল আছে। কিন্তু I Love You কোৱাটো একেবাৰে সাধাৰণ কথা।
প্ৰেম-ভালপোৱা প্ৰকাশ কৰাৰ কৌশল একেই কিন্তু ভাষা বেলেগ বেলেগ। আজি জানো আহক বাংলাদেশত কেনেকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়ে।
বাংলাদেশত সাংবিধানিকভাৱে বাংলা ভাষাৰ ব্যৱহাৰ হয়। এতিয়া জানক বাংলা ভাষাত কেনেকৈ কৰে প্ৰপোজ।
বাংলাত I Love You ক'বলৈ আমি তোমাকে ভালোবাসি বুলি কয়। এইদৰে প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাই প্ৰেমৰ প্ৰস্তাৱ দিয়ে।
যেতিয়া বাংলা প্ৰেমিক প্ৰেমিকাই বেছি ভালপোৱা প্ৰকাশ কৰিব লাগে, তেতিয়া তেওঁলোকে কয়, আমি তোমাকে খুব ভালোবাচি।
প্ৰেমৰ অনুভৱ সকলোৰে সুকীয়া। বাংলাভাষী প্ৰেমিক-প্ৰেমিকাই সদায় ইজনে-সিজনক এইদৰে প্ৰেমৰ অনুভৱ প্ৰকাশ কৰে।
বাংলাত ভালোবাসিৰ অৰ্থ হৈছে ভালপোৱা। সেয়েহে এইদৰে প্ৰেমৰ প্ৰস্তাৱ দিয়ে।
পঢ়িবলৈ ক্লিক কৰক
১ এপ্ৰিলৰ পৰা চৰকাৰে পৰীক্ষা কৰিব আপোনাৰ ফোন আৰু মেছেজ!