বহুলোকে দাঁতত বিভিন্ন সমস্যাত ভুগি আছে।
19 Sept 2025
TV9 ASSAM
দাঁতৰ বাবে কিছুমান ঘৰুৱা উপায় অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।
উপায়
বেকিং চ’ডা এচামুচ, মিহি নিমখ আৰু মিহি চেনি এচামুচ লৈ মিহলাই দাঁত পৰিস্কাৰ কৰক।
উপায়
সৰিয়হৰ তেলত নিমখ মিহলাই ৰাতিপুৱা আৰু গধূলি ব্যৱহাৰ কৰিব।
উপায়
নেমুৰ ৰস কিছু বেকিং চ’ডাৰ লগত মিহলাই পেষ্ট বনাই লগাওক।
উপায়
আপেল চাইডাৰ ভিনেগাৰ আৰু পানীৰে গাৰ্গ কৰিলে মুখৰ দুৰ্গন্ধৰ পৰা সকাহ পোৱাত সহায় কৰে।
উপায়
মনত ৰাখিব যে সপ্তাহত দুবাৰতকৈ অধিক ভিনেগাৰ ব্যৱহাৰ নকৰিব।
মনত ৰাখক
সতেজ এলোভেৰাৰ ৰস বা তাৰ পৰা প্ৰস্তুত কৰা কৰা জেল দাঁতত লগাব পাৰে।
উপায়
লগতে পঢ়ক
ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছে জুবিন গাৰ্গৰ?
Learn more