চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে

8 DEC 2025

Photos Credit: Unsplash

TV9 ASSAM

চকু আমাৰ শৰীৰৰ আটাইতকৈ মূল্যৱান অংশ, যাৰ অবিহনে আমি এই সুন্দৰ পৃথিৱীখন দেখা নাপাওঁ।

চকু

আজিকালি আমি বেছিভাগ সময় মোবাইলত কটাও, যাৰ ফলত আমাৰ চকুত চাপ বাঢ়ি যায়।

চকুত চাপ 

এনে ক্ষেত্ৰত আমাৰ চকু দুটা দুৰ্বল হৈ আহিছে নেকি, কেনেকৈ জানিব?

চকু দুৰ্বল হোৱা

দৃষ্টিশক্তি ম্লান হোৱা, ওচৰৰ বা দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপাব পৰা।

দৃষ্টিশক্তি

দীৰ্ঘদিন পঢ়া বা স্ক্ৰীণ চোৱাৰ পিছত মূৰৰ বিষ। তদুপৰি চকুত ভাগৰুৱা বা বিষ অনুভৱ কৰা।

মূৰৰ বিষ

কম পোহৰত দেখাত অসুবিধা আৰু চকুত অহৰহ বিষ হোৱাটো দৃষ্টিশক্তি হ্ৰাস পোৱা লক্ষণ হ'ব পাৰে।

দেখাত অসুবিধা

আৰ্দ্ৰতাৰ অভাৱ আৰু চকুত খজুৱতি। ইয়াৰ উপৰিও এটা বস্তু বা ছবি দুটা দেখা পোৱা আদিও চকু দুৰ্বল হোৱাৰ লক্ষণ।

খজুৱতি

খালী পেটত অমিতা খালে কি হয় জানেনে?

চাবলৈ ক্লিক কৰক