ভগৱান সন্তুষ্ট হ'লে লাভ কৰিব এই সংকেত

26 April 2025

TV9 ASSAM

ঈশ্বৰৰ কৃপাত মানুহৰ জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তন ঘটে। এনে পৰিস্থিতিত ব্যক্তিজনে অনুভৱ কৰে যে ভগৱানে তেওঁৰ কথা শুনিছে আৰু এতিয়া তেওঁৰ দুখ দূৰ হ’বলৈ গৈ আছে।

ভগৱানৰ আশীৰ্বাদ

যিসকল লোকে ভগৱানৰ আশীৰ্বাদ লাভ কৰে, তেওঁলোকে বহুতো শুভ লক্ষণ পাবলৈ আৰম্ভ কৰে।

ভগৱানৰ সংকেট

ঘৰৰ পৰা ওলাই আহোঁতে সন্মুখত পানী বা গাখীৰেৰে ভৰপূৰ পাত্ৰ দেখাৰ অৰ্থ হ’ল যে ভগৱানে আপোনাৰ কথা শুনিছে।

ঈশ্বৰৰ আশীৰ্বাদৰ চিন

যদি আপোনাৰ সোঁ চকুটো লৰচৰ কৰিবলৈ আৰম্ভ কৰে বা সোঁহাতখনৰ খজুৱতি উঠে, ইয়াক ঈশ্বৰৰ আশীৰ্বাদ পোৱাৰ লক্ষণ বুলি গণ্য কৰা হয়।

চকুৰ লৰচৰ

যদি আপুনি সপোনত কোনো মন্দিৰ বা ঈশ্বৰৰ প্ৰতিমূৰ্তি দেখা পায়, তেন্তে ইয়াৰ পৰা বুজা যায় যে ভগৱান আপোনাৰ প্ৰতি দয়ালু।

সপোনত মন্দিৰ 

সুস্বাস্থ্য, উপযুক্ত জীৱন সংগী পোৱা, আজ্ঞাকাৰী সন্তান আৰু কম কষ্ট কৰিও সফলতা লাভ কৰাটো ঈশ্বৰৰ কৃপাৰ চিন বুলি গণ্য কৰা হয়।

উপযুক্ত জীৱনসংগী

যদি প্ৰতিদিনে গৰু আপোনাৰ ঘৰলৈ আহি খাদ্য বিচাৰিছে, তেন্তে সেয়া স্বয়ং ভগৱানৰ আশীৰ্বাদ লাভ কৰাৰ চিন বুলি গণ্য কৰা হয়।

গৰুৰ আগমন

চাবলৈ ক্লিক কৰক 

 হনুমান সন্তুষ্ট  হোৱাৰ সংকেত