আপোনাৰো গেছৰ সমস্যা সঘনাই হয় নেকি?

23  May 2025

TV9 ASSAM

অবিৰতভাৱে গেছ হ’লে বদহজম, বুকু জ্বলা-পোৰা কৰা সমস্যাৰ সৃষ্টি হয়।

গেছ

গেছৰ বাবে পাইলছ, পেটৰ বিষ আৰু ক্ৰেম্প, অন্ত্ৰৰ গুৰুতৰ ৰোগ হ'ব পাৰে।

গেছ

গেছৰ সমস্যাৰ পৰা ঘৰুৱা উপায়েৰে এইদৰে পাব মুক্তি

গেছ

কল খাই সকলোৱেই কম বেছি পৰিমাণে ভাল পায়, গেছৰ সমস্যাত ই উত্তম বিকল্প।

কল

তুলসীয়ে পাকস্থলীত শ্লেষ্মাৰ দৰে পদাৰ্থ উৎপাদন কৰাত সহায় কৰে। 

তুলসী

মুহূর্তৰ ভিতৰতে আপোনাৰ গেছৰ বিষ কমাব পাৰে চফে।

চফ

খোৱাৰ আধাৰ পৰা এঘণ্টা পিছত আদা খুন্দি ক’লা নিমখৰ সৈতে খাওক। 

আদা

চাবলৈ ক্লিক কৰক 

বুষ্টাৰ ড'জৰ প্ৰয়োজন আছে নেকি?