শীতকালত চাইনাচৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

27 Nov 2025

TV9 ASSAM

ধূলি, বায়ু প্ৰদূষণ আৰু শীতকালত ঠাণ্ডা বতৰৰ ফলত বহু লোকৰ চাইনাচৰ সমস্যাৰ সৃষ্টি হয়।

সমস্যা

ইয়াত এফালে মূৰৰ বিষ, ডিঙিৰ বিষ, ভাগৰ, নাকেৰে উশাহ লোৱাত অসুবিধা হ’ব পাৰে। 

সমস্যা

 কিছুমান ক্ষেত্ৰত এন্টিবায়’টিক ঔষধেৰে চাইনাচ আৰোগ্য হয়। আনহাতে কিছুমান অস্ত্ৰোপচাৰৰ।

সমস্যা

আটাইতকৈ উত্তম উপায় হ’ল দৈনিক কিছু সময়ৰ বাবে ভাপ লোৱাটো। 

উপায়

মূৰ গধুৰ লগা ভাব কমি যাব আৰু কপালৰ আশে-পাশে থকা অংশৰ বিষৰ পৰাও সকাহ পাব।

উপকাৰ

চাইনাচৰ সংক্ৰমণৰ সমস্যা হ্ৰাস কৰাত নহৰু সেৱন কৰাটো ফলপ্ৰসূ।

উপকাৰ

প্ৰতিদিনে দুটাৰ পৰা তিনিটা কেঁচা নহৰু চোবাই খাব লাগে।

উপকাৰ

লগতে পঢ়ক

১০ হাজাৰ টকা বিনিয়োগ কৰি হৈ পৰিব কোটিপতি!