নতুন কামত সাফল্য অনাৰ এটাই মন্ত্ৰ, প্ৰেমানন্দ মহাৰাজে ক'লে...

16 May 2025

TV9 ASSAM

আজিৰ সময়ত প্ৰেমানন্দ মহাৰাজৰ বিষয়ে নজনা মানুহ নাই। 

প্ৰেমানন্দ মহাৰাজ

শেহতীয়াকৈ তেওঁ অপৰিসীম জনপ্ৰিয়তাও লাভ কৰিছে। 

জনপ্ৰিয়তা

নতুন কামত সাফল্য অনাৰ এটা উপযুক্ত মন্ত্ৰ দিলে প্ৰেমানন্দ মহাৰাজে।

সফলতা

কোনো কাম হাতত লোৱাৰ পূৰ্বে আনৰ আগত নক'ব।

ঈৰ্ষা জন্মিব পাৰে

নতুন কাম আৰম্ভ কৰিলে মনপুতি কৰিব লাগে।

মনোযোগ

প্ৰেমানন্দ মহাৰাজ মতে, যিয়ে আপোনাৰ ভাল নিবিচাৰে তেওঁ ভুল পৰামৰ্শ দিয়ে।

ভাল পৰামৰ্শ

চৰিত্ৰ যিমানেই বেয়া হ’ব সিমানেই তেওঁক মহান বুলি গণ্য কৰা হ’ব।

সাৱধান

চাবলৈ ক্লিক কৰক 

ভাৰত-পাকিস্তান সংঘাতৰ প্ৰভাৱ