উপাৰ্জনৰ এটা অংশ দান-পূণ্যৰ বাবে দিয়াটো কৰ্তব্য।

28  May 2025

TV9 ASSAM

দান কৰাটোক উন্নতিৰ অংশ বুলি ধৰা হয়। জানক এই সন্দৰ্ভত প্ৰেমানন্দ মহাৰাজৰ মত...

প্ৰেমানন্দ মহাৰাজ

দান কৰিলে মানুহৰ পাপ আৰু দোষ কম হয়।

কামৰ শুদ্ধিকৰণ

দান এনেকুৱা এটা ৰাস্তা, যাৰ জৰিয়তে আত্মা শুদ্ধি হয় আৰু দোষৰ পৰা মুক্ত হয়।

দান কৰা

দুখীয়া, অসহায়ক সেৱা কৰিলে বাস্তৱত ঈশ্বৰৰ সেৱাৰ সমান হয়।

ঈশ্বৰৰ সেৱা

প্ৰেমানন্দ মহাৰাজে কয় যে, আমি যেতিয়া দুখীয়াক সেৱা কৰোঁ, তিতিয়া ভগবানে প্ৰসন্ন হয়।

ভগবান প্ৰসন্ন

প্ৰেমানন্দ মহাৰাজে কয়, আমি নিজৰ উপাৰ্জনৰ ১০ শতাংশ বা তাতোধিক ধৰ্মৰ কামত দিব লাগে।

কিমান দিব

দানেৰে সমাজৰ সন্তুলন ঠিকেই থাকে। সহায়ে আপোনাৰ পূণ্যৰ হিচাব বঢ়ায়।

পূণ্য

চাবলৈ ক্লিক কৰক 

বিপদত দিম্পু বৰুৱা