আজি বলীউডৰ ভাইজান চলমান খানৰ জন্মদিন।

27 DEC 2025

TV9 ASSAM

তিনি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ প্ৰযোজক হিচাপে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু অভিনেতা হিচাপে দুটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা লাভ কৰিছে।

চলমান

অনুৰাগীয়ে অভিনেতাগৰাকীৰ জন্মদিনত শুভেচ্ছাৰে উপচাই পেলাইছে। ঘনিষ্ঠ বন্ধুৰ সৈতে বিশেষ দিনটো উদযাপন কৰে চলমানে।

চলমান

আপুনি জানেনে চলমানে কি পঢ়িছিল? আজি জানো আহক বহুতো কথা।

চলমান

১৯৬৫ চনৰ ২৭ ডিচেম্বৰত ভাৰতৰ মধ্যপ্ৰদেশৰ ইন্দোৰত চলমান খানৰ জন্ম। তেওঁ চিত্ৰনাট্যকাৰ চেলিম খান আৰু তেওঁৰ প্ৰথমা পত্নী সুশীলা চৰাকৰ জ্যেষ্ঠ পুত্ৰ।

চলমান

চলমানে গোৱালিয়ৰৰ সিন্ধিয়া স্কুলত পঢ়া-শুনা আৰম্ভ কৰিছিল। তেওঁ আৰু তেওঁৰ সৰু ভায়েক আৰবাজে কেইবছৰমান তাত অধ্যয়ন কৰিছিল।

শিক্ষা

ইয়াৰ পিছত তেওঁ মুম্বাইৰ বান্দ্ৰাৰ ছেইণ্ট ষ্টেনিছলাছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। পিছত তেওঁ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত নামভৰ্তি‍ কৰে, কিন্তু পঢ়া-শুনা সম্পূৰ্ণ কৰিব নোৱাৰিলে।

শিক্ষা

স্কুলত পঢ়ি থকা সময়ত তেওঁ বহুবাৰ সাঁতোৰ প্ৰতিযোগিতাত জয়ী হৈছিল। ভাৰতৰ প্ৰতিনিধি হিচাপে তেওঁ দেশৰ বাহিৰতো সাঁতোৰ প্ৰতিযোগিতাতো অংশ লৈছিল।

শিক্ষা

পঢ়িবলৈ ক্লিক কৰক 

হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী এইকেইবিধ খাদ্য