প্ৰতিদিনে আলু খালে কি হয় জানেনে?

প্ৰতিদিনে আলু খালে কি হয় জানেনে? 

19  Jan 2025

Tv9-Assam-Logo

TV9 ASSAM

আলু খাই বিভিন্নজনে ভাল পায়। ঘৰত অন্য কোনো পাচলি খাকক বা নাথাকক সকলোৰে ঘৰত আলু থাকে। বিভিন্ন সব্জীৰ সৈতে আলু মিহলাই বহুতে খাই ভাল পায়।

আলু খাই বিভিন্নজনে ভাল পায়। ঘৰত অন্য কোনো পাচলি খাকক বা নাথাকক সকলোৰে ঘৰত আলু থাকে। বিভিন্ন সব্জীৰ সৈতে আলু মিহলাই বহুতে খাই ভাল পায়।

আলু

আলুত কাৰ্বোহাইড্ৰেট, কেলছিয়াম, পটেছিয়াম, আইৰন, জিংক আদিৰ লগতে কেৰটিনয়ড, ফ্লেভনয়ড আৰু ফেনলিক এচিডৰ দৰে এন্টিঅক্সিডেন্টছ থাকে।

আলুত কাৰ্বোহাইড্ৰেট, কেলছিয়াম, পটেছিয়াম, আইৰন, জিংক আদিৰ লগতে কেৰটিনয়ড, ফ্লেভনয়ড আৰু ফেনলিক এচিডৰ দৰে এন্টিঅক্সিডেন্টছ থাকে।

পুষ্টিকৰ

নিউট্ৰিচিয়নিষ্ট নমামী আগৰৱালে কয় যে, বেছি আলু খালে ওজন বৃদ্ধি হয় আৰু ওজন বৃদ্ধি হ'লে শৰীৰত বহু ৰোগে দেখা দিয়ে। বিভিন্ন ৰোগত আলু বেয়া।

নিউট্ৰিচিয়নিষ্ট নমামী আগৰৱালে কয় যে, বেছি আলু খালে ওজন বৃদ্ধি হয় আৰু ওজন বৃদ্ধি হ'লে শৰীৰত বহু ৰোগে দেখা দিয়ে। বিভিন্ন ৰোগত আলু বেয়া।

বিশেষজ্ঞই কি কয়

আলুত বহু পৰিমাণৰ কাৰ্বোহাইড্ৰেট থাকে। যাৰ ফলত ব্লাড চুগাৰ বৃদ্ধি হয় আৰু ইয়ে ডায়বেটিজ হোৱাৰ আশংকা বৃদ্ধি কৰে। সেয়ে আলু কমকৈ খাব লাগে।

ডায়বেটিজ

যিসকললোকৰ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকেও কমকৈ আলু খাব লাগে। আলু বেছিকৈ খালে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা থাকে।

উচ্চ ৰক্তচাপ

আলু বেছি খালে পাচন সম্পৰ্তীয় সমস্যা হোৱাৰ সম্ভাৱনা থাক। আলু গৰম হয়। সেয়ে আলু বেছিকৈ খালে  বমি বা অন্য সমস্যাই দেখা দিব পাৰে।

হজম

বিশেষজ্ঞৰ মতে প্ৰতিদিনে আলু খাব নালাগে। সপ্তাহত ২ বা তিনি দিনত মাত্ৰ এটা সময়তে আলু খাব লাগে। আলুৰ সলনি দাইল অন্য মাহজাতীয় শস্য খাব পাৰে।

কিমান খাব লাগে

পঢ়িবলৈ ক্লিক কৰক 

বেগত হালধি টুকুৰা ৰাখিলে কি হয়