24 October 2024
TV9 Assam
প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাচ উদযাপন কৰা হয়। এই বছৰ ২৯ অক্টোবৰত পালন কৰা হ'ব ধনতেৰাছ।
ধনতেৰাচৰ দিনা মৃত্যুৰ দেৱতা যমৰাজৰ নামত চাকি জ্বলোৱা হয়
ধনতেৰাচৰ দিনা যমদেৱ অৰ্থাৎ যমৰাজৰ নামত চাৰিমুখীয়া চাকি জ্বলাব লাগিব। এনে কৰিলে এজনে অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পায়।
ধনতেৰাচৰ দিনা যমদেৱৰ নামত কিমান চাকি জ্বলাব লাগে জানক...
পৌৰাণিক বিশ্বাস অনুসৰি, ধনতেৰাচৰ দিনা সন্ধিয়া ১৩টা যম চাকি জ্বলাব লাগে। এই চাকি জ্বলোৱাৰ সময় সন্ধিয়া ৫:৩০ বজাৰ পাছত আৰম্ভ হয়।
যমৰ চাকি জ্বলাবলৈ কেৱল সৰিয়হৰ তেল ব্যৱহাৰ কৰিব। এই চাৰিমুখী চাকিটো ঘৰৰ মুখ্য প্ৰৱেশদ্বাৰত দক্ষিণ দিশত ৰাখক
যমৰ চাকি জ্বলাবলৈ কেৱল সৰিয়হৰ তেল ব্যৱহাৰ কৰিব। এই চাৰিমুখী চাকিটো ঘৰৰ মুখ্য প্ৰৱেশদ্বাৰত দক্ষিণ দিশত ৰাখক