ভাৰত আৰু পাকিস্তানৰ মাজত কিমানখন নদী আছে?

27 April 2025

TV9 ASSAM

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত আক্ৰমণৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰি ভাৰত চৰকাৰে পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা সিন্ধু জল সন্ধি স্থগিত ৰখা হয়।

সিন্ধু জলসন্ধি 

সিন্ধু জল সন্ধিৰ অন্তৰ্গত তিনিখন নদী ক্ৰমে ৰবি, বিয়াছ আৰু ছটলেজ। দুয়োখন দেশৰ মাজত কিমান নদী বৈ যায় জানো আহক...

চুক্তিত কিমান নদী অন্তৰ্ভুক্ত

পাকিস্তানৰ বাবে সিন্ধু নদী অতি গুৰুত্বপূৰ্ণ কাৰণ পাকিস্তানৰ ৮০ শতাংশ ভূমি ইয়াৰ পানীৰ ওপৰত নিৰ্ভৰশীল। ২৩.৭ কোটি লোকৰ জীৱিকাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 কৃষিৰ ওপৰত নিৰ্ভৰশীল

মানসৰোৱৰ হ্ৰদৰ ওচৰৰ কৈলাশ পৰ্বতমালাৰ তিব্বতী অঞ্চলৰ বোখৰ চুৰ ওচৰৰ হিমবাহৰ পৰা সিন্ধু নদীৰ উৎপত্তি হৈছে।

সিন্ধুৰ উৎপত্তি

সিন্ধু পাকিস্তানৰ আটাইতকৈ দীঘল নদী,যাৰ মুঠ দৈৰ্ঘ্য ৩০০০ কিলোমিটাৰতকৈও অধিক ।

সিন্ধু নদীৰ দৈৰ্ঘ্য 

সিন্ধু অৱবাহিকাৰ ৬১ শতাংশ জনসংখ্যা পাকিস্তানত বাস কৰে। এনে পৰিস্থিতিত পানী আৰোপ কৰা নিষেধাজ্ঞাৰ বাবেই পাকিস্তানৰ সমস্যা বৃদ্ধি হ'ব ।

প্ৰভাৱিত জনসংখ্যা

পাকিস্তান আৰু ভাৰতৰ মাজত মুঠ ৬ খন নদী আছে। এই নদীসমূহ হ’ল ঝিলাম, চেনাব, ৰবি, বিয়াছ, ছটলেজ, সিন্ধু।

 কিমান নদী আছে

চাবলৈ ক্লিক কৰক 

জম্মু-কাশ্মীৰত সমাজকৰ্মীক গুলীয়াই হত্যা