পৃথিৱীৰ আটাইতকৈ ডাঙৰ কবৰস্থানৰ বিষয়ে জানক।
3 august 2025
TV9 ASSAM
Photo Credit: Unsplash
এই কবৰস্থানটো দেখিলে আপোনাৰো গা শিয়ৰি উঠিব।
কবৰ
আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কবৰস্থান হৈছে “ৱাদি আল-ছালাম”।
কবৰস্থান
“ৱাদি আল-ছালাম” হৈছে আৰৱী শব্দ। এই কবৰস্থানটো ইৰাকৰ নাজাফ চহৰত অৱস্থিত।
অৰ্থ
এই কবৰস্থানটো বিশ্বৰ বৃহত্তম কবৰ আৰু ইয়াৰ আয়তন ৬০০ হেক্টৰৰো অধিক।
বৃহত্তম
ইয়াত বহু হাজাৰ বছৰৰ পৰা লোকক সমাধিস্থ কৰা হৈছে।
কবৰস্থান
বিশেষজ্ঞসকলে কয় যে, এই কবৰস্থানত ৬০ লাখতকৈও অধিক লোক পুতি থৈছে।
কিমান লোক?
ইয়াত ৰজা-মহাৰজা আৰু ধৰ্মগুৰুসকলৰো কবৰ অন্তৰ্ভুক্ত আছে।
কবৰ
লগতে পঢ়ক
আজি গুৱাহাটীত কিমান সোণ-ৰূপৰ মূল্য?
Learn more