বৃক্কত পাথৰ হোৱা এটা গুৰুতৰ সমস্যা।
20 Nov 2025
TV9 ASSAM
ই প্ৰথম অৱস্থাত সৰু থাকে যদিও সময়ৰ লগে লগে ইহঁতে ডাঙৰ শিল গঠন কৰে।
পাথৰ
যেতিয়া প্ৰস্ৰাৱ নলীৰে গতি কৰে তেতিয়া তীব্ৰ বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা হয়।
টুকুৰা
ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ইউৰিক এচিডৰ মাত্ৰা থকা ৰোগীৰ ক্ষেত্ৰতো ইয়াৰ আশংকা বৃদ্ধি পায়।
সাৱধান
কিন্তু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি জানেনে?
প্ৰতিৰোধ
মনত ৰাখিব দৈনিক ৮ৰ পৰা ৯ গিলাচ পানী খাব লাগে।
পানী
নিমখ আৰু পেকেটত ভৰোৱা খাদ্যৰ পৰিমাণ কমাই দিব।
নাখাব
চিকিৎসকৰ পৰামৰ্শ মতে কেলচিয়ামৰ পৰিমাণ শুদ্ধকৈ ৰাখক।
মনত ৰাখক
লগতে পঢ়ক
নাৰীয়ে পুৰুষৰ কিয় এইবোৰ কথাতহে বেছি মনোযোগ দিয়ে?
Learn more