পৰিয়াল পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি কণ্ডম ব্যৱহাৰ কৰা হয়।
8 May 2025
TV9 ASSAM
পুৰুষে এই কণ্ডম ব্যৱহাৰ কৰে।
ব্যৱহাৰ
কণ্ডম কিনাৰ সময়ত সদায় কিছুমান কথা লক্ষ্য ৰাখিব।
কণ্ডম
আধুনিক যুগত কণ্ডম মূলত লেটেক্সৰ দ্বাৰা প্ৰস্তুত কৰা হয়।
প্ৰস্তুত
কণ্ডম তৈয়াৰ কৰাৰ বাবে পলিআৰথিন, পলিইছোথ্ৰিন বা লেম্ব ইনচেছটাইন ব্যৱহৃত হয়।
প্ৰস্তুত
লেটেক্সৰ প্ৰতি এলাৰ্জী থকা লোকে লেটেক্স কণ্ডম ব্যৱহাৰ কৰিলে এলাৰ্জিৰ হ'ব পাৰে।
এলাৰ্জী
এই ধৰণৰ কণ্ডমৰ ফলত মহিলাৰ শৰীৰত সংক্ৰমণ হ’ব পাৰে।
সাৱধান
সাধাৰণতে নতুন দম্পতীৰ বাবে কণ্ডম ব্যৱহাৰ কৰাটো বাঞ্ছনীয়।
গুৰুত্বপূৰ্ণ
চাবলৈ ক্লিক কৰক
ৰোহিত শৰ্মাৰ মনৰ কথা
Learn more