এই ৩টা মূৰ্তি ঘৰত ৰাখিলে দূৰ হ’ব সুখ-শান্তি

14 DEC 2025

TV9 ASSAM

অধিকাংশ লোকৰ ঘৰতে সাধাৰণতে আৰাধ্য কোনো দেৱ-দেৱীৰ মূৰ্তি থাকে। মনৰ শান্তি তথা ইচ্ছা পূৰণৰ বাবে এই মূৰ্তিৰ সমুখত নিয়মিত প্ৰাৰ্থনা কৰে।

মূৰ্তি

কিন্তু কিছু বিশেষ মূৰ্তি ঘৰত থোৱাৰ সময়ত আমি সাৱধান হ’ব লাগে। অন্যথা এই মূৰ্তিৰ বাবে ঘৰৰ সুখ-শান্তি দূৰ হ’ব পাৰে।

অশুভ

ঘৰত কেতিয়াও ৰুদ্ৰাৱতাৰ ভৈৰৱৰ মূৰ্তি ৰাখিব নালাগে। নাজানিও যদি আপুনি ঘৰত ৰুদ্ৰৱতাৰ ভৈৰৱৰ মূৰ্তি ৰাখে, আৱেগিক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

ৰুদ্ৰাৱতাৰ ভৈৰৱ

আপোনাৰ ঘৰত যদি দেৱতা শনিৰ মূৰ্তি আছে, এই মূৰ্তি এতিয়াই আঁতৰোৱা উচিত। অন্যথা এই মূৰ্তিয়ে আপোনাৰ ঘৰৰ সুখ কাঢ়িব পাৰে।

শনি দেৱৰ মূৰ্তি

সিংহই মুখ মেলি গৰ্জন কৰি থকা দেৱী ভাগৱতীৰ মূৰ্তি ঘৰত কেতিয়াও নাৰাখিব। এনে মূৰ্তি ৰাখিলে খৰখনত নিতে কাজিয়া তথা বিবাদৰ সৃষ্টি হয়।

ভাগৱতীৰ এনে মূৰ্তি

তদুপৰি ঘৰত থোৱা যিকোনো মূৰ্তি যাতে ১২ ইঞ্চিতকৈ ওখ নহয়, তাৰ প্ৰতি মন দিয়ক। এইক্ষেত্ৰত সাৱধান নহ’লে আপোনাৰ ঘৰত কুপ্ৰভাৱ পৰিব পাৰে।

এনে মূৰ্তিও অশুভ

পঢ়িবলৈ ক্লিক কৰক 

মন্দিৰলৈ যাওঁতে কি কি কথা মনত ৰখা উচিত?