শিশুৰ কাণৰ বিষ দূৰ কৰাৰ সহজ উপায়।

23 AUG 2025

TV9 ASSAM

প্ৰায়ে শিশুৰ নিশা কাণৰ বিষ উঠে। কিন্তু ইয়াৰ কাৰণ কি জানেনে?

জানো আহক

ইয়াৰ কাৰণ হৈছে কাণত জমা হৈ থকা মলি, যাৰ বাবে সমস্যা হয়।

কাৰণ

কাণৰ বিষৰ বাবে বিভিন্ন ঔষধ উপলব্ধ। কিন্তু নিশা হঠাতে বিষ উঠিলে কি কৰিব?

সমাধাণ

মেথি গুটিৰ পানী উতলাই বিষ হোৱা কাণখনত অলপ দি দিয়ক। 

মেথি গুটি

বৰফৰ টুকুৰা এটাৰেও সেক দিব পাৰে। কিন্তু বেছি সময় নহয়।

উপায়

কাণৰ বিষত তুলসী পাতো উত্তম। ইয়াৰে ৰস ব্যৱহাৰ কৰক।

তুলসী

কিন্তু একেৰাহে বিষ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।

পৰামৰ্শ

লগতে পঢ়ক

গুৱাহাটীত সোণৰ দাম কিমান