আপোনাৰো গুপ্তাংগ ক’লা পৰিছে নেকি?
4 Sept 2025
TV9 ASSAM
Credits: Getty Images
সাধাৰণতে শৰীৰৰ বাকী অংশতকৈ গুপ্তাংগৰ ৰং ক'লা হয়।
ৰং
ইয়াৰোপৰি গুপ্তাংগৰ ৰং ক'লা হোৱাৰ বহুতো কাৰণ আছে।
ৰং
কিন্তু এই ক'লা ৰং আমি সহজে দূৰ কৰিব পাৰো।
সমাধান
বেচন আৰু নেমুৰ মিশ্ৰণে ব্যক্তিগত অংশৰ ক’লা ৰং আঁতৰোৱাত সহায় কৰে।
উপায়
অমিতাৰ ব্যৱহাৰ কৰি ব্যক্তিগত অংশৰ ক’লা ৰং আঁতৰাব পাৰি।
উপায়
ব্যক্তিগত অংশৰ ক’লা ৰং আঁতৰাবলৈ দৈ ব্যৱহাৰ কৰিব পাৰে।
উপায়
এলোভেৰাই ছালৰ লগত জড়িত বহু সমস্যা সহজেই সমাধান কৰিব পাৰে।
উপায়
লগতে পঢ়ক
শিক্ষক দিৱস উপলক্ষে প্ৰিয় শিক্ষকজনক দিয়া উপহাৰ
Learn more