গুপ্তাংগৰ দুৰ্গন্ধ আৰু খজুৱতি বহুলোকৰ হয়।
4 0CT 2025
TV9 ASSAM
বহুতে লাজ বা ভয়ত এই কথা মুকলিকৈ আলোচনা নকৰে।
সমস্যা
ভেঁকুৰৰ সংক্ৰমণেই ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ।
কাৰণ
প্ৰতিদিনে গুপ্তাংগ বিশুদ্ধ পানীৰে লাহে লাহে পৰিস্কাৰ কৰক।
গুপ্তাংগ
প্ৰতিদিনে পৰ্যাপ্ত পৰিমানৰ পানী সেৱন কৰাটো উচিত।
পানী
অত্যাধিক তেলান খাদ্য পৰিহাৰ কৰা উচিত। খাদ্যত গুৰুত্ব দিয়ক।
খাদ্য
যদি গুপ্তাংগৰ খজুৱতি হয় , তেন্তে বিশুদ্ধ নাৰিকল তেল লগাব লাগে।
উপায়
এনে সমস্যাক লৈ একেবাৰেই দ্বিধাবোধ কৰাৰ প্ৰয়োজন নাই।
পৰামৰ্শ
লগতে পঢ়ক
ৰবাব টেঙাৰ উপকাৰিতা
Learn more