খাদ্য গ্ৰহণৰ সময়ত কিয় অধিক পানী খাব নালাগে? 

14 May 2025

TV9 ASSAM

পানী আমাৰ শৰীৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া আমি সকলোৱে জানো। কিন্তু পানী খোৱাৰো কিছুমান নিয়ম আছে।

পানী

কোৱা হয় যে খাদ্য গ্ৰহণ কৰি থকা সময়ত বাৰে বাৰে পানী খাব নালাগে। 

খাদ্য

খাদ্য গ্ৰহণ কৰি থকা সময়ত কিয় অধিক পানী খাব নালাগে? ইয়াৰ কাৰণ জানো আহক...

পানী খাব নালাগে

আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ পিছত গেষ্ট্ৰাইটিছ বৃদ্ধি পায়।

গেষ্ট্ৰাইটিছ

গেষ্ট্ৰাইটিছ হৈছে এক প্ৰকাৰৰ তাপ যিয়ে খাদ্য হজম কৰে।

খাদ্য হজম

খাদ্য খোৱাৰ লগে লগে পানী খালে গেষ্ট্ৰাইটিছ কমি যায় আৰু বদহজমৰ সৃষ্টি হ’ব পাৰে।

বদহজম

খাদ্য খোৱাৰ আধা ঘণ্টা আগতে আৰু পিছত পানী খাব লাগে। খাদ্যৰ মাজত প্ৰয়োজন অনুসৰি অলপ পানী খাব পাৰে।

কেতিয়া খাব পাৰিব?

চাবলৈ ক্লিক কৰক 

হাড়তো হ'ব পাৰে টিবি ৰোগ