শীতকাল মানেই গুড়ৰ সময়। 

25  Dec 2025

TV9 ASSAM

গুড় আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, আইৰণকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷

উপকাৰ

 ইয়াৰ উপৰিও গুড়ত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে ৷

উপকাৰ

যিসকলৰ ঠাণ্ডা লগাৰ প্ৰৱণতা আছে, চৰ্দি-কাহ-জ্বৰ বা নানা ৰোগত ভুগি থাকে, বা সাধাৰণ ফ্লু হ’লে গুড়ে ঔষধৰ কাম কৰে। লগতে মানসিক চাপ কমাবলৈও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গুড়ে।

উপকাৰ

গুড়ত থকা এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

উপকাৰ

ই পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে।

উপকাৰ

যিসকলৰ ঠাণ্ডা লগাৰ প্ৰৱণতা আছে, চৰ্দি-কাহ-জ্বৰ বা নানা ৰোগত ভুগি থাকে, এনে সমস্যাত গুড়ে ঔষধৰ কাম কৰে।

উপকাৰ

সংক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে গুড়ৰ পানীয়ে। আচলতে, গুড় হ’ল মেগনেচিয়াম, ভিটামিন বি১, বি ৬ আৰু চিৰ ভাল উৎস। লগতে, গুড়ত আছে পৰ্যাপ্ত পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু খনিজ।

উপকাৰ

পঢ়িবলৈ ক্লিক কৰক 

যুৱতীসকলে কিয় নিজতকৈ বয়সত ডাঙৰ যুৱকৰ প্ৰেমত পৰে?