নহৰু খালে কি হয়? কি কি ৰোগৰ পৰা উপশম পাব পাৰি?

14 October 2025

TV9 ASSAM

আপুনি নহৰু খায়নে ? অসমীয়া ৰন্ধন প্ৰক্ৰিয়াত প্ৰায়ে ব্যৱহাৰ হোৱা নহৰুৰ আছে বহুতো ঔষধি গুণ ।

নহৰু খায়নে ?

যদি আপোনাৰ হজম শক্তি দুৰ্বল হৈছে বা কোষ্ঠকাঠিন্য সমস্যা হৈছে তেন্তে নহৰুৱে সেই সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰিব ।

কোষ্ঠকাঠিন্য সমস্যা

নহৰুৱে আপোনাৰ হজম শক্তি বৃদ্ধি কৰিব পাৰে । আপোনাৰ যদি হজম শক্তিৰ দুৰ্বল তেন্তে খাদ্যত নহৰু অন্তৰ্ভুক্ত কৰক ।

হজম শক্তি বৃদ্ধি

কোষ্ঠকাঠিন্য দূৰ কৰাৰ বাবে নহৰু উপকাৰী । কোৱা হয় যে,গৰম পানীৰ সৈতে নহৰু খালে কোষ্ঠকাঠিন্য দূৰ হয়। 

কোষ্ঠকাঠিন্য দূৰ

যদিও কোনো কাৰণ বমি হয়, তেন্তে নহৰু খালে এই সমস্যাৰ পৰা উপশম পাব । বমি বন্ধ কৰাত নহৰু উপকাৰী ।

 বমি বন্ধ 

নহৰুৱে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে । ইয়াৰ লগতে বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে নহৰুৱে ।

শৰীৰক বিষমুক্ত

নহৰু আপুনি বিভিন্ন প্ৰকাৰে খাব পাৰে । কেঁচাকৈ খোৱাৰ উপৰিও আপুনি খাদ্যৰ লগত সিজোৱা নহৰু খাব পাৰে ।

কেনেকৈ খাব?

পঢ়িবলৈ ক্লিক কৰক

মহিলাসকলে কিয় কম বয়সীয়া পুৰুষ বিচাৰে?