ডালচেনিৰ পানী খালে আচৰিত স্বাস্থ্যৰ উপকাৰিতা পোৱা যায়

2 July 2025

TV9 ASSAM

Photos Credit: Getty Images

ডালচেনিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে শৰীৰৰ বাবেও উপকাৰী। ইয়াৰ পানী খালে বহু সমস্যাৰ সমাধান পোৱা যায়।

সমস্যাৰ সমাধান

ডালচেনিৰ পানীয়ে স্বাস্থ্যৰ বহু উপকাৰ কৰে। ইয়াত এন্টিঅক্সিডেন্ট, এন্ট-ইনফ্লেমেটৰী গুণ আছে। ইয়াৰ লগতে খনিজ পদাৰ্থও আছে।

এন্টিঅক্সিডেন্ট

দৈনিক ডালচেনিৰ পানী খালে পাচন তন্ত্ৰ উন্নত হয় আৰু চুলি আৰু ছালৰ বাবেও উপকাৰী।

পাচন তন্ত্ৰ উন্নত

ই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। খালী পেটত এগিলাছ ডালচেনিৰ পানী খালে ডায়েবেটিছ ৰোগীয়ে বহু উপকাৰ লাভ কৰিব।

ডায়েবেটিছ নিয়ন্ত্ৰণ

ডালচেনিৰ পানীয়ে বিপাকীয় হাৰ বৃদ্ধি কৰে। ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াত থকা আঁহ আৰু এন্টিঅক্সিডেন্টে ভোক নিয়ন্ত্ৰণ কৰে।

বিপাকীয় হাৰ বৃদ্ধি

এই পানী হৃদৰোগৰ বাবে উপকাৰী। ই কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ

এচামুচ ডালচেনিৰ গুড়ি বা এটা টুকুৰা ৰাতিটো পানী তিয়াই থ'ব আৰু ৰাতিপুৱা খালী পেটত খাব। মৌ বা নেমু মিহলাই ল'বও পাৰে।

কেনেকৈ খাব?

পঢ়িবলৈ ক্লিক কৰক

বৃক্ক বিকল হ’লে চকুত কি কি লক্ষণ দেখা দিয়ে?