মাত্ৰ কিছু মুহূৰ্তৰ পিছত আকৌ এটা নতুন বৰ্ষ আৰম্ভ হ'ব।

31 Dec 2025

TV9 ASSAM

এই সময়ত সহজ আৰু চুটি নৱবৰ্ষৰ শুভেচ্ছা প্ৰেৰণ কৰিব বিচাৰে নেকি?

শুভেচ্ছা

নতুন বৰ্ষ ২০২৬ য়ে তোমাৰ জীৱনলৈ বহুত বহুত সুখ-শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিলো ।

শুভেচ্ছা

তোমালৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷ তাৰেই কামনাৰে HAPPY NEW YEAR 2025.

ঘৰ

সুখৰ বাৰ্তা লাভ কৰক, পুৰণিক আঁতৰাই নতুন বেশ পিন্ধক, নৱবৰ্ষৰ আন্তৰিক অভিনন্দন।

শুভেচ্ছা

আপোনাৰ বাবে এয়া মোৰ প্ৰাৰ্থনা, আপোনাৰ জীৱনটো সফলতা আৰু সুখেৰে ভৰি থাকক। শুভ নৱবৰ্ষ

শুভেচ্ছা

যি গৈছে সেয়া পাহৰি যাওক, আহিবলগীয়া সময়খিনিক আকোৱালি লওক। শুভ নৱবৰ্ষ

শুভেচ্ছা

নতুন বছৰটো প্ৰেম আৰু শান্তিৰ প্ৰতীক হওক, আপোনাৰ জীৱনত শান্তি আৰু সুখ কঢ়িয়াই আনক।

শুভেচ্ছ

পঢ়িবলৈ ক্লিক কৰক 

নৱবৰ্ষত ভাগ্য উদয় হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ!