হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে কৰক এই কাম...

8  Sept 2025

TV9 ASSAM

৯ ছেপ্টেম্বৰত ৯-৯-৯ যোগ গঠন হ'ব। এই সময়চোৱাত কিছুমান উপায়ৰ দ্বাৰা আপুনি হনুমানক সন্তুষ্ট কৰিব পাৰে। যাৰ ফলত মনৰ কামনা পূৰ্ণ হোৱাৰ লগতে জীৱনলৈ সফলতা আহিব পাৰে।

মঙলবাৰ

মঙলবাৰৰ দিনা আপুনি হনুমান মন্দিৰলৈ গৈ ৰাম নাম জপ কৰিব পাৰে। ইয়াৰ ফলত হনুমান সন্তুষ্ট হয় আৰু মনৰ কামনা পূৰণ হয় বুলি মান্যতা আছে।

ৰাম নাম

যদি আপুনি চাকৰিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব বিচাৰিছে তেন্তে মঙলবাৰে হনুমানক পান অৰ্পন কৰক। লগতে হনুমান চালিছা পাঠ কৰক। ইয়াৰ ফলত হনুমান সন্তুষ্ট হয়।

হনুমান

যদি আপুনি মনৰ কামনা পূৰণ হোৱা বিচাৰিছে তেন্তে ৰঙা কাপোৰ পিন্ধি হনুমানক পূজা কৰক। তাৰ পাছত তেওঁক সেন্দূৰ অৰ্পন কৰি নিজে সেই সেন্দূৰৰ কপালত লওক। এনে কৰিলে মনৰ কামনা পূৰণ হয় বুলি কয়।

মনৰ কামনা

ধনৰ সমস্যা দূৰ কৰিবলৈ মঙলবাৰে ২১ বাৰ ওমঃ হম হনুমতে নমঃ মন্ত্ৰ জপ কৰক। কোৱা হয়, ইয়াৰ ফলত আৰ্থিক সমস্যা দূৰ হয়।

মন্ত্ৰ

আৰু আপুনি হনুমানক বুট, গুড়, বুণ্ডিয়া, বেচনৰ লাড়ু, বুণ্ডিয়াৰ লাড়ু আদি প্ৰসাদ হিচাপে আগবঢ়াব পাৰে। পাছত এইবোৰ ৰাইজৰ মাজত ভগাই দিব ইয়াৰ ফলত হনুমান সন্তুষ্ট হয়।

আৰু কি কৰিব

মঙলবাৰে দান কৰা শুভ বুলি গণ্য কৰা হয়। এই দিনটোত নাৰিকল,ঘিউ, বুট, চাউল, দাইল, কাপোৰ আদি দান কৰিব পাৰে। দান কৰিলে ভগৱান সন্তুষ্ট হয় বুলি কোৱা হয়।

দান

পঢ়িবলৈ ক্লিক কৰক 

চন্দ্ৰগ্ৰহণ শুভ