হনুমান চালিছা পাঠ কৰি বজৰংবলীক সন্তুষ্ট কৰিব পাৰি।
22 OCT 2025
TV9 ASSAM
বিভিন্ন ভাষাত এই চালিছা পোৱা যায় কিন্তু বহুতৰে প্ৰশ্ন আমি কোনটো ভাষাত পঢ়া উচিত।
নিয়ম
বজাৰত সংস্কৃতৰ পৰা আৰম্ভ কৰি হিন্দী, বাংলা, অসমীয়া ভাষাত এই চালিছা পোৱা যায়
নিয়ম
একাংশৰ মতে সংস্কৃততহে শুদ্ধকৈ থাকে হনুমান চালিছা।
মত
ভগৱানক ভক্তি আৰু নিষ্ঠাৰে যিকোনো এখন হনুমান চালিছা পাঠ কৰিব পাৰে।
প্ৰকৃত কথা
চালিছা পাঠ কৰিলে সংকট আঁতৰি যায় আৰু ভক্তৰ মন ধনাত্মক শক্তিৰ ফালে ঢাল খায়।
নিয়ম
গতিকে প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পঢ়ক হনুমান চালিছা।
নিয়ম
হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়।
চালিছা
লগতে পঢ়ক
চৌদিশে ৰাসৰ প্ৰস্তুতি
Learn more