হনুমান চালিছা পঢ়োতে নকৰিব ভুল!
14 SEP 2025
TV9 ASSAM
শনিবাৰ আৰু মঙ্গলবাৰে বহুলোকে হনুমান চালিছা পাঠ কৰে ভক্তই।
পাঠ
হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়।
হনুমান
আৰ্থিক, স্বাস্থ্য, সম্পৰ্ক ভাল কৰিবলৈ প্ৰতিদিনে হনুমান চালিছাখন পাঠ কৰিব।
সমাধান
হনুমান চালিছা সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত পাঠ কৰিব লাগে।
চালিচা
যদি ব্ৰহ্ম মুহুৰ্তত হনুমান চলিছা পাঠ কৰা হয়, তেন্তে শুভ ফল পোৱা যায়।
নিয়ম
মঙলবাৰ আৰু শনিবাৰে হনুমান চলিছাৰ পাঠ কৰিব লাগে।
নিয়ম
ভক্তি অনুযায়ী হনুমান চলিছা ৭, ১১, ২১, ৪০ আৰু ১০৮ বাৰ পাঠ কৰিব পাৰে।
নিয়ম
লগতে পঢ়ক
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আপোনজনক এইদৰে দিয়ক শুভেচ্ছা…
Learn more