চুলি সৰাৰ মূল কাৰণ কি ?

14 May 2025

TV9 ASSAM

চুলি সৰা সমস্যাৰ মূল কাৰণ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে জানোঁ আহক।

কাৰণবোৰ জানক

ইয়াৰ প্ৰধান কাৰণ হ’ল চুলিৰ শিপা দুৰ্বল হৈ পৰা আৰু ইয়াৰ পাছতে ক্ৰমান্বয়ে চুলি সৰিবলৈ আৰম্ভ কৰে । জিনীয় কাৰণকে ধৰি বহু কাৰণত এনে হ’ব পাৰে।

চুলিৰ শিপা দুৰ্বল

ডাইহাইড্ৰ’টেষ্টষ্টেৰন (DHT) নামৰ হৰম’নে চুলিৰ শিপা সংকুচিত কৰে, যাৰ বাবে চুলি পাতল হ’বলৈ আৰম্ভ কৰে আৰু সৰিবলৈ আৰম্ভ কৰে ।

হৰম’ন

অত্যাধিক মানসিক চাপও চুলি সৰাৰ এটা প্ৰধান কাৰণ। ই শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা সৃষ্টি কৰে, যাৰ ফলত চুলিৰ বৃদ্ধিৰ চক্ৰত প্ৰভাৱ পৰে। 

মানসিক চাপ

লগতে ভিটামিন বি, ডি, আইৰণ, জিংক আৰু প্ৰটিনৰ অভাৱত চুলি দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে। কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া আদিয়ে চুলি সৰাব পাৰে।

ভিটামিনৰ অভাৱ

এই সমস্যা প্ৰতিৰোধৰ বাবে প্ৰটিন, আইৰণ, ওমেগা-৩ ফেটি এচিড, ভিটামিন বি১২ আৰু ডি সমৃদ্ধ খাদ্য খাব লাগে।

খাদ্য

ধ্যান, যোগাসন আৰু পৰ্যাপ্ত টোপনিৰ জৰিয়তে মানসিক চাপ হ্ৰাস কৰক। যদি চুলি দ্ৰুতগতিত সৰিছে, তেন্তে ছালৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।

ধ্যান, যোগাসন

পঢ়িবলৈ ক্লিক কৰক

হঠাতে ৰক্তচাপ কিয় বৃদ্ধি হয় ?