আজিকালি বহু লোকে চুলি সৰা আৰু উফিৰ সমস্যাই অশান্তি দিছে। 

7  May 2025

TV9 ASSAM

চুলি চিঙি যোৱা, সৰা আৰু দুৰ্বল হোৱাটো অতি সাধাৰণ সমস্যা।

সমস্যা

পাকঘৰত থকা মেথি গুটি ব্যৱহাৰ কৰিও চুলি সুস্থ আৰু চিকচিকিয়া কৰিব পাৰে। 

মেথি

ইয়াত বহু ধৰণৰ নিকোটিনিক এচিডৰ লগতে প্ৰ’টিন থাকে। 

চুলিৰ বাবে উপকাৰী

যিয়ে আপোনাৰ চুলিক পুষ্টি প্ৰদান কৰাত সহায় কৰিব পাৰে। 

উপকাৰ

মেথি গুটিৰ পেষ্টেৰে মূৰৰ ছালখন মালিচ কৰি মূৰ ধুই দিব।

মেথি গুটি

মেথি গুটিৰ পেষ্টৰ সৈতে এচামুচ সতেজ নেমুৰ ৰস আৰু এচামুচ অলিভ অইল লগাওক। 

উফি দূৰ হ'ব

এইবোৰৰ কোনো এটা বস্তুৰ প্ৰতি এলাৰ্জী হয় তেন্তে ব্যৱহাৰ নকৰিব। 

এলাৰ্জী

চাবলৈ ক্লিক কৰক 

পাকিস্তানক সেন্দূৰৰ মূল্য বুজাই দিলে ভাৰতে!