13 May 2024
TV9 ASSAM
আজিকালি ওজন কমাটো ফিট দেখাবলৈ এটা ট্ৰেণ্ডত পৰিণত হৈছে
প্ৰায়ভাগে ওজন হ্ৰাস কৰিবলৈ গ্ৰীণ টি সেৱন কৰে
গ্ৰীণ টি সেৱন সন্দৰ্ভত বহু প্ৰশ্ন মানুহৰ মনত ৰৈ গৈছে
কিছুমানে অবসাদ দুৰ কৰিবলৈও চাহ সেৱন কৰে
বিশেষজ্ঞসকলৰ মতে চাহপাত মানৱ শৰীৰৰ বাবে উপকাৰী
যিকোনো ঋতুতে গ্ৰীণ টি সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ গ্ৰীণ টি এক উত্তম বিকল্প
গ্ৰীষ্মকালত পাচনতন্ত্ৰৰ লগত জড়িত সমস্যা নিৰাময়তো গ্ৰীণ টিয়ে বহুখিনি সহায় কৰে
চাবলৈ ক্লিক কৰক
Sunglasses কিনাৰ সময়ত মনত ৰাখক এই কথা