লেতেৰা পাকঘৰত পঁইতাচোৰা বেছিকৈ দেখা যায় ৷

22  May 2025

TV9 ASSAM

 ই বিশেষকৈ পাকঘৰ, বাথৰুম আৰু ষ্ট’ৰ ৰুমত ত্ৰাস চলায় আৰু পিয়াপি দি ফুৰে। 

পঁইতাচোৰা

সম্প্ৰতি পইতাচোৰা খেদিবলৈ বজাৰতো বহু সামগ্ৰী উপলব্ধ।

পঁইতাচোৰাৰ সমস্যা

কেৰাচিন তেলৰ শক্তিশালী গোন্ধই পঁইতাচোৰা আঁতৰাবলৈ অতি কাৰ্যকৰী হ’ব পাৰে।

উপায়

পঁইতাচোৰা থকা ঠাইত পদিনা তেল আৰু লেমনগ্ৰাছৰ তেল ছটিয়াই দিব পাৰে ৷

উপায়

নিম পাত পিহি তাক স্প্ৰে’ বটলত ভৰাই দিব পাৰে ৷ 

উপায়

তেজপাতৰ সুগন্ধি অতি শক্তিশালী। ইয়াৰ গোন্ধও পইতাঁচোৰা পলাবলৈ যথেষ্ট। 

উপায়

শুকান জলকীয়া, পিয়াঁজ আৰু নহৰুৰে এটি মিশ্ৰণ তৈয়াৰ কৰি ছটিয়াই দিয়ক।

উপায়

চাবলৈ ক্লিক কৰক 

ক্ষমা বিচাৰিলে তনু শ্বহীয়ে