শীঘ্ৰেই ভাল দিন আহিব এই ৩ ৰাশিৰ লোকৰ জীৱনলৈ...

21 July 2025

TV9 ASSAM

বৈদিক পঞ্জিকা অনুসৰি, ২৬ জুলাইত ধন আৰু বৈভৱৰ প্ৰতীক শুক্ৰ গ্ৰহ আৰু সুখ-সমৃদ্ধি-জ্ঞানৰ প্ৰতীক গুৰু বৃহস্পতি এটা ৰাশিতে থাকিব। যি অতি শুভ।

পঞ্জিকা

মান্যতা অনুসৰি এই দিনটোত গজলক্ষ্মী ৰাজযোগ হ'ব । যি অত্যন্ত শুভ আৰু ভাগ্যশালী। ১২ বছৰৰ অন্তত এই সংযোগ ঘটিব। গতিকে এই সময়খিনিয়ে কিছুমানৰ বাবে ভাল ফল কঢ়িয়াই আনিব।

মান্যতা

জ্যোতিষ শাস্ত্ৰ মতে, এই সংযোগৰ প্ৰভাৱ বিশেষকৈ ৩ টা ৰাশিৰ ওপৰত পৰিব। যাৰ বাবে এই ৰাশিয়ে সুখ-সমৃদ্ধি, ধন আদি সকলো লাভ কৰিব।

ৰাশি

এই ৰাজযোগে তুলা ৰাশিৰ ভাগ্য সলনি কৰিব। ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে। ইয়াৰোপৰি এই ৰাশিৰ লোকসকলৰ ধৰ্মীয় কাম-কাজত গুৰুত্ব বাঢ়িব।

তুলা ৰাশি

নৱপঞ্চম ৰাজযোগৰ বাবে বৃষ ৰাশিৰ লোকসকলৰ আৰ্থিক দিশটো অত্যন্ত শুভ। আয়ৰ নতুন বাট মুকলি হ'ব। পাবলগীয়া ধন ঘূৰাই পাব। পৰিয়ালৰ লগত থকা মতানৈক্য দূৰ হ'ব। ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰে।

বৃষ ৰাশি

এই ৰাশিৰ ৰাজযোগ পঞ্চম স্থানত হ'ব। যাৰ বাবে এই সময়ত এই ৰাশিৰ সন্তানৰ সৈতে জড়িত ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। আৰ্থিক দিশ ভাল হ'ব। ইয়াৰোপৰি বিবাহৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি

এই লেখাটো ধৰ্মীয় বিশ্বস তথা মান্যতাৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্য টিভি৯ য়ে নিশ্চিত নকৰে।

গুৰুত্বপূৰ্ণ

পঢ়িবলৈ ক্লিক কৰক

প্ৰেমানন্দ মহাৰাজ