মধুৰীআম আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী।

7 Dec 2025

TV9 ASSAM

তেজত শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ মধুৰীআমৰ আছে মহৌষধী গুণ।

উপকাৰ

মধুৰীআমত প্ৰচূৰ পৰিমাণে ফাইবাৰ থাকে, শৰীৰ সুস্থিৰ কৰি ৰখাত লাভদায়ক। 

উপকাৰ

ফাইবাৰে তেজত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উপকাৰ

মধুৰীআমত ভিটামিন চি প্ৰচূৰ পৰিমাণে পোৱা যায়। ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

উপকাৰ

কেৱল ফলেই নহয়, মধুৰীআমৰ পাতেও বিভিন্ন ৰোগ নিৰাময়ত আপোনাক সহায় কৰে।

উপকাৰ

ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে মধুৰিআম পাতৰ ৰসে।

উপকাৰ

কৃমি, ডায়েৰিয়া আদি ৰোগো মধুৰীআমৰ পাতে দূৰ কৰে।

উপকাৰ

লগতে পঢ়ক

অভিষেক বচ্চনৰ সৈতে বিবাহ বিচ্ছেদ