5 Sept 2025
TV9 ASSAM
১৫ ছেপ্টেম্বৰৰ পূৰ্বে শুক্ৰই কৰ্কট ৰাশিৰ পৰা ওলাই সিংহ ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি শুক্ৰৰ গোচৰ বহুত শুভ হয়।
শুক্ৰই ধন, সম্পত্তি, সুখ-সমৃদ্ধি আদি দিয়ে। যিয়ে কিছুমান ৰাশিক আৰ্থিকভাৱে লাভবান কৰি তোলে।
তথ্য অনুসৰি, ১৫ ছেপ্টেম্বৰত শুক্ৰই সিংহ ৰাশিত প্ৰৱেশ কৰা পাছত শুক্ৰ, বুধ, সূৰ্য আৰু কেতুৰ সৈতে মিলি চতুগ্ৰহী যোগ নিৰ্মাণ কৰিব। লগতে শুক্ৰই বুধৰ লগত লক্ষ্মী-নাৰায়ণ যোগ নিৰ্মাণ কৰিব।
গতিকে ১৫ ছেপ্টেম্বৰৰ পৰা কিছুমান ৰাশিৰ লোকৰ ভাগ্য উদয় হ'ব। বিশেষকৈ সফলতা, হাতলৈ ধন সম্পত্তি আদি আহিব।
এই ৰাশিৰ লোকসকল ইয়াৰ ফলত লাভবান হ'ব। সুখ-সমৃদ্ধি বৃদ্ধি পাব। নতুন চকৰি লাভ কৰিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব। জীৱনলৈ সফলতা আহিব পাৰে।
এই যোগ এই ৰাশিৰ বাবে ভাল হ'ব পাৰে। চাকৰি লাভৰ সম্ভাৱনা আছে। নতুন কোনো কাম আৰম্ভ কৰাৰ বাবে সময়খিনি ভাল। সৃষ্টিশীল দিশত জড়িত থকাসকলে সফলতা লাভ কৰিব। ধন লাভ কৰিব।
এই ৰাশিৰ লোকৰ আয় বৃদ্ধি পাব। ধন উপাৰ্জন কৰাৰ বাবে এই সময়খিনি ভাল। ব্যৱসায়ীসকলে এই সময়চোৱাত লাভ পাব পাৰে। সম্পৰ্কত উন্নতি হ'ব।
পঢ়িবলৈ ক্লিক কৰক