খাদ্য বিষক্ৰিয়া হ'লে কি কি লক্ষণে দেখা দিয়ে?

29 July 2025

TV9 ASSAM

Photos Credit: Getty Images

বেক্টেৰিয়া, পৰজীৱী, ভাইৰাছ বা এই বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা বিষাক্ত পদাৰ্থ থকা খাদ্য খালে খাদ্য বিষক্ৰিয়া হয়।

খাদ্য বিষক্ৰিয়া

এইধৰণৰ দূষিত খাদ্য খালে শৰীৰত ক্ষতিকাৰক ভাইৰাছ প্ৰৱেশ কৰে, যাৰ ফলত পাচনতন্ত্ৰত প্ৰভাৱ পৰে।

পাচনতন্ত্ৰত প্ৰভাৱ

লেতেৰা খাদ্য, সুৰক্ষিত কৰিব সংৰক্ষণ নকৰা, অস্বাস্থ্যকৰ পৰিৱেশত ৰন্ধা খাদ্য খোৱাৰ ফলত আপুনি খাদ্য বিষক্ৰিয়াত ভুগিব পাৰে।

বিষক্ৰিয়াৰ কাৰণ

খাদ্য বিষক্ৰিয়া হ'লে বহু লক্ষণে দেখা দিয়ে। ইয়াৰ ভিতৰত এটা বমি হ'ব পাৰে আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে।

বমি আৰু ভাগৰুৱা

দূষিত খাদ্য খোৱাৰ ফলত ডায়েৰিয়া দৰে পেটৰ সমস্যা সৃষ্টি হ'ব পাৰে। লগতে শৰীৰত পানীৰ অভাৱে দেখা যাব পাৰে।

পেটৰ সমস্যা

খাদ্য বিষক্ৰিয়াৰ ফলত পেট ফুলাৰ সমস্যা সৃষ্টি হ'ব পাৰে। লগতে পেটৰ বিষ ইয়াৰ এটা লক্ষণ।

পেট ফুলাৰ সমস্যা

খাদ্য বিষক্ৰিয়াৰ পৰা হাত সাৰিবলৈ সতেজ খাদ্য গ্ৰহণ কৰক। লগতে ভালকৈ সিজোৱা খাদ্য গ্ৰহণ কৰিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে।

সাৱধানতা

পঢ়িবলৈ ক্লিক কৰক

ৰাতিপুৱা মূৰ গধুৰ আৰু চকু ফুলা কি ৰোগৰ লক্ষণ?