চাণক্য প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু, দাৰ্শনিক আছিল। 

6 july 2025

TV9 ASSAM

চাণক্যই বহুতো নীতি দি থৈ গৈছে, সেইবোৰ অনুসৰণ কৰি সুন্দৰ জীৱন-যাপন কৰিব পাৰে।

নীতি

তেওঁ কৈছে, স্বামী-স্ত্ৰীয়ে কেতিয়াও ইজনে সিজনক মিছা কথা কোৱা উচিত নহয়।

নীতি

চাণক্যৰ মতে, অহংকাৰেই পতনৰ মূল। ই এটা ভাল সম্পৰ্ক নষ্ট কৰিব পাৰে। 

নীতি

যদি স্বামী-স্ত্ৰীৰ মাজত অহংকাৰ ভাব গঢ় লৈ উঠে, তেন্তে সম্পৰ্ক ভাঙিব পাৰে। 

নীতি

যিকোনো সম্পৰ্কত সততা আৰু প্ৰকৃত প্ৰেম থকাটো গুৰুত্বপূৰ্ণ। 

নীতি

কোনো তৃতীয় পক্ষৰ ব্যক্তিক স্বামী-স্ত্ৰীৰ সৈতে জড়িত কোনো বিষয়ত সোমাব দিব নালাগে।

তৃতীয় পক্ষ

বৈবাহিক জীৱনটো সুখী হোৱাটো বিচাৰে, তেন্তে চাণক্যৰ এই নীতি অনুসৰণ কৰক।

অনুসৰণ কৰক

চাবলৈ ক্লিক কৰক 

সোণ কিনিব বিচাৰিছে নেকি?