মেথি গুটিৰ উপকাৰী গুণৰ বিষয়ে জানেনে?
18 Sept 2025
TV9 ASSAM
আজিকালি বহু লোকে চুলি সৰা আৰু উফিৰ সমস্যাই অশান্তি দিছে।
উপকাৰ
চুলি চিঙি যোৱা, সৰা আৰু দুৰ্বল হোৱাটো অতি সাধাৰণ সমস্যা।
চুলিৰ সমস্যা
প্ৰায় সকলোৰে পাকঘৰত উপস্থিত থাকিব মেথি গুটি।
সমাধান
তিয়াই থোৱা মেথি গুটিৰ পেষ্টেৰে মূৰৰ ছালখন মালিচ কৰি ২০ৰ পৰা ৩০ মিনিট ৰাখিব।
সমাধান
মেথিৰ গুটিয়ে উফিৰ সমস্যাৰ পৰাও সকাহ দিব পাৰে।
সমাধান
সতেজ নেমুৰ ৰস আৰু এচামুচ অলিভ অইল দি চুলিত লগাব মেথি গুটিৰ পেষ্ট।
সমাধান
কোনো এটা বস্তুৰ প্ৰতি এলাৰ্জী হয় তেন্তে ব্যৱহাৰ নকৰিব।
মনত ৰাখক
লগতে পঢ়ক
সূৰ্য গ্ৰহণৰ সময়ত কি খাব আৰু কি নাখাব?
Learn more