বিলাহী স্বাস্থ্যৰ পক্ষে খুবেই লাভজনক।

27 DEC 2025

TV9 ASSAM

ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে হজম শক্তি উন্নত কৰে।

উপকাৰ

বিলাহীৰ ৰসত প্ৰচুৰ পৰিমাণে আঁহ আৰু পানী পোৱা যায়। এই দুয়োটা পুষ্টিৰ ফলত পাচন তন্ত্ৰই সঠিকভাৱে কাম কৰিব পাৰে। 

বিলাহী

আপুনি জানেনে বিলাহীৰ চুপো আমাৰ শৰীৰৰ বাবে উপকাৰী। বিলাহীৰ চুপত ভিটামিন চি, কে, এ, আয়ৰণ, জিংক আদি থাকে।

উপকাৰ

বিলাহীৰ চুপত পোষক তত্বৰে ভৰপূৰ হয়। ইয়াক খালে চৰ্দি-কাহ আদি ৰোগ নিৰাময় হয়।

উপকাৰ

বিলাহীৰ চুপত লাইকোপিনেৰে ভৰি থাকে। ই কলেষ্ট্ৰ্ৰল নিয়ন্ত্ৰণত সহায় কৰে।

বিলাহী

 আপুনি নিশ্চিতভাৱে কৌষ্ঠকাঠিন্য আৰু অন্যান্য হজমৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে।

চুপ খাই

অৱশ্য যিসকলৰ গেছৰ সমস্যা আছে, তেওঁলোকে বিশেষজ্ঞৰ পৰামৰ্শ লৈ খোৱা উচিত।

উপকাৰ

পঢ়িবলৈ ক্লিক কৰক 

Red Wine শৰীৰৰ বাবে ভাল নে বেয়া?