1 0CT 2025
Getty images
TV9 ASSAM
হৃদযন্ত্ৰ সুস্থ ৰখা,ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আদি বিভিন্ন গুণেৰে সমৃদ্ধ এই ফল বিধ।
যাৰ স্বাস্থ্যগত উপকাৰিতা অসংখ্য। হৃদযন্ত্ৰ সুস্থ ৰখা,ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আদি বিভিন্ন গুণেৰে সমৃদ্ধ এই ফল বিধ। ইয়াৰ উপকাৰিতা সমূহৰ বিষয়ে ভালদৰে জানো আহক।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডালিমত ভিটামিন C আৰু ইমিউনিটি বুষ্টাৰ গুণ থাকে, যাৰ ফলত সৰ্বাংগীন ৰোগৰ প্ৰতিৰোধ শক্তি বৃদ্ধি পায়।
মেদবহুলতা হ্ৰাস কৰাৰ কথা ক’বলৈ যাও তেন্তে ডালিম অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ডালিমত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ বাবে খাদ্য সঠিকভাৱে হজম হয়।
ছাল আৰু দাঁতৰ স্বাস্থ্যৰ বাবে ডালিম অতি ফলপ্ৰসূ বুলি কোৱা হৈছে ৷ ইয়াত থকা ভিটামিন চিয়ে ছালখনক সুস্থ কৰি তোলাই নহয়, উজ্জ্বল কৰি তোলে ৷
উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলেও ডালিম খাব লাগে। ডালিমে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত বহু পৰিমাণে সহায় কৰে।
যদি হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ বিচাৰে, আপুনি ডালিম খোৱা আৰম্ভ কৰিব পাৰে। ডালিমৰ ৰস খাই আপুনি হৃদযন্ত্ৰ সম্পৰ্কীয় সকলো ৰোগ পৰিহাৰ কৰিব পাৰে।
চাবলৈ ক্লিক কৰক