দাঁতৰ বিষ এটা সাধাৰণ সমস্যা।

  01 NOV 2025

TV9 ASSAM

বেছি দাঁতৰ বিষৰ বাবে পেছাদাৰী চিকিৎসাৰ প্ৰয়োজন হয়।

দাঁতৰ সমস্যা

কেতিয়াবা অসহ্যকৰ দাঁতৰ বিষত জ্বৰো হ’ব পাৰে।

বিষ

সেয়ে সময় থাকোতে চিকিৎসকৰ ওচৰলৈ যোৱাটো উচিত।

বিষ

আপুনি দুটা নহৰুৰ বাকলি গুচাই ইয়াক দাঁতেৰে চোবাওক খাওক।

নহৰু

বিশেষকৈ বিষ হৈ থকা দাঁতেৰে। এনে কৰিলে আপুনি বিষৰ পৰা মুক্তি পাব ।

উপায়

হিঙৰ ব্যৱহাৰে দাঁতৰ বিষ উপশম কৰাত সহায় কৰে।

হিং

লঙে দাঁতৰ বিষ উপশম কৰিবলৈ যথেষ্ট সহায় কৰে।

লং

লগতে পঢ়ক

বতৰ পৰিৱৰ্তনে কাণৰ সংক্ৰমণৰ সম্ভাৱনা কিয় বৃদ্ধি কৰে?