পৰ্যাপ্ত টোপনি আৰু ভাল টোপনিৰ মাজত পাৰ্থক্য আছে। 

17 May 2025

TV9 ASSAM

সুস্বাস্থ্যৰ বাবে ভাল টোপনিৰ অতি প্ৰয়োজনীয়।

টোপনি

মানসিক চাপ, খিংখিঙীয়া, ৰক্তচাপৰ সমস্যা আৰু হৰম’নৰ ভাৰসাম্যহীনতা আদি।

টোপনি নহাৰ কাৰণ

প্ৰায়ে আমি ৭ৰ পৰা ৯ ঘণ্টা টোপনি যথেষ্ট আৰু ভাল টোপনি বুলি গণ্য কৰোঁ।

টোপনি

শোৱা কোঠাৰ পৰিৱেশ ভাল আৰু শান্তিপূৰ্ণ হোৱাটো প্ৰয়োজনীয়।

ভাল টোপনি আহিব

যেতিয়া আপোনাৰ শুবলৈ মন যায় , তেতিয়া শুব লাগে।

উপায়

শোৱাৰ তিনি ঘণ্টা আগতে লঘু আহাৰ গ্ৰহণ কৰিব লাগে।

টোপনি

 শোৱাৰ কমেও এঘণ্টা আগতে মোবাইল বা লেপটপ ব্যৱহাৰ নকৰিব।

গুৰুত্বপূৰ্ণ

চাবলৈ ক্লিক কৰক 

ভাৰত-আমেৰিকাৰ সম্পৰ্ক