সকলোৱে জানে যে সুস্থ হৈ থাকিবলৈ টোপনি অতি প্ৰয়োজনীয়।

20  july 2025

TV9 ASSAM

সকলোৱে জানে যে সুস্থ হৈ থাকিবলৈ টোপনি অতি প্ৰয়োজনীয়।

টোপনি

হতাশা, মানসিক চাপ আৰু অন্যান্য মানসিক ৰোগৰ বাবে ভাল টোপনিত অসুবিধা হয়।

টোপনি

আজিকালি দ্ৰুত গতিৰ জীৱনত প্ৰায়ে টোপনি আওকাণ কৰা হয়।

টোপনি

টোপনি বেয়া হোৱাটোৱে মানসিক চাপ আৰু উদ্বেগৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। 

টোপনি

ধাৰাবাহিকভাৱে টোপনি বেয়া হ’লে মনত নেতিবাচক চিন্তাৰ সৃষ্টি হয়।

টোপনি

প্ৰতিদিনে একে সময়তে শুবলৈ আৰু সাৰ পোৱাৰ অভ্যাস গঢ়ি তোলক।

টোপনি ভাল কৰক

শুই উঠাৰ আগতে মোবাইল/টিভি চোৱা কমাই দিব লাগে।

টোপনি ভাল কৰক

চাওক এই লিংকত

ব্ৰেইন টিউমাৰ হোৱাৰ আশংকা কোন কোন লোকৰ বেছি?