শনিদেৱক কৰ্মৰ বিচাৰক বুলি কোৱা হয়।

7 Jan 2026

TV9 ASSAM

সকলো গ্ৰহৰ ভিতৰত শনিদেৱ একমাত্ৰ গ্ৰহ যিয়ে ব্যক্তিক তেওঁৰ কৰ্ম অনুসৰি ফলাফল প্ৰদান কৰে। ভাল কামেই হওক বা বেয়া কামেই হওক, বহুতে শনি দেৱক পূজা কৰে।

শনি

কিছুমান বস্তু শনি দেৱৰ পূজাত ভুল কৰিও ব্যৱহাৰ কৰা উচিত নহয়। বিশ্বাস মতে এনে কৰিলে তেওঁৰ খং উঠে।

শনি

শনিদেৱৰ পূজাত ভুলতেও তামৰ বাচন ব্যৱহাৰ কৰা উচিত নহয় কাৰণ তাম সূৰ্যৰ ধাতু আৰু শাস্ত্ৰ মতে শনি আৰু সূৰ্য ইজনে সিজনৰ শত্ৰু।

শনি

ভুলতেও শনি দেৱক ৰঙা ৰঙৰ ফুল, ৰঙা ৰঙৰ কাপোৰ ইত্যাদি আগবঢ়াব নালাগে, কাৰণ এই ৰং মংগল গ্ৰহৰ। শনি আৰু মংগল গ্ৰহ ইটোৱে সিটোৰ বিপৰীত।

শনি

ইয়াৰ বাহিৰেও শনি দেৱৰ পূজাত হালধীয়া চন্দন ব্যৱহাৰ কৰিব নালাগে। শনি মহাৰাজক সদায় ৰঙা চন্দন আগবঢ়াওক। এনে কৰিলে শনিৰ অশুভ প্ৰভাৱ কমি যায়।

শনি

ইয়াৰ বাহিৰেও যেতিয়াই শনি দেৱক পূজা কৰে তেতিয়াই ৰঙা ৰঙৰ কাপোৰ পিন্ধিব নালাগে। শনিদেৱক পূজা কৰাৰ সময়ত তেওঁৰ প্ৰিয় ৰঙৰ নীলা আৰু ক’লা ৰঙৰ কাপোৰ পিন্ধিব পাৰে।

শনি

(অস্বীকাৰ: এই তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে ইয়াৰ নিশ্চিত নকৰে)

শনি

পঢ়িবলৈ ক্লিক কৰক 

নিজৰ সিদ্ধান্তৰে বিশ্ব কঁপাই তোলা ড’নাল্ড ট্ৰাম্প কিয় অধিবক্তাৰ পৰা চিন্তিত?