প্ৰত্যেকেই ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত খাদ্য সেৱন কৰিব লাগে।

ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত খাদ্য সেৱন কৰিব লাগে।

25 September 2024

 TV9 Assam

Tv9-Assam-Logo
শৰীৰক পুষ্টিকৰ উপাদানে গোটেই দিনটো শক্তিশালী কৰি ৰাখে।

শৰীৰক পুষ্টিকৰ উপাদানে গোটেই দিনটো শক্তিশালী কৰি ৰাখে।

পুষ্টি

শৰীৰত বিশেষকৈ ব্ৰেকফাষ্টতে প্ৰভাৱ পেলায়।

শৰীৰত বিশেষকৈ ব্ৰেকফাষ্টতে প্ৰভাৱ পেলায়।

উপকাৰ

চাহ সেৱন কৰিলে শৰীৰত আইৰণ, কেলচিয়ামৰ দৰে পুষ্টিকৰ উপাদানৰ কমে।

 চাহ সেৱন কৰিলে শৰীৰত আইৰণ, কেলচিয়ামৰ দৰে পুষ্টিকৰ উপাদানৰ কমে।

ব্ৰেকফাষ্ট

কফিয়ে পুষ্টিকৰ উপাদান সঠিকভাৱে শোষণ কৰিবলৈ সক্ষম নহয়। 

ব্ৰেকফাষ্ট

অধিক চেনি খোৱাৰ পৰা বিৰত থাকক।

চেনি

তেজৰ চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি হ'ব দিব নালাগে।

চেনি

অত্যাধিক কেলৰি গ্ৰহণ কৰিলে সোনকালে ভোক অনুভৱ কৰিব পাৰে।

সোৱাদযুক্ত দৈ

পূজাত কি কৰিব কি নকৰিব

চাবলৈ ক্লিক কৰক