শীতকালত কমলাৰে বজাৰ ভৰি পৰে।
4 Dec 2025
TV9 ASSAM
কমলা পুষ্টিকৰ ফল, যি মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
উপকাৰ
কমলাই ভিটামিন চি-ৰ উৎস, যি এক শক্তিশালী এণ্টিঅক্সিডেন্ট হিচাপে কাম কৰে।
উপকাৰ
কমলাই ভাইৰেল সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰে।
উপকাৰ
কমলাৰ ৰস খোৱাৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও হ্ৰাস হয় ৷
উপকাৰ
কমলাৰ ৰস পেটৰ বাবেও যথেষ্ট উপকাৰী। কমলাৰ ৰস পেটৰ বাবেও যথেষ্ট উপকাৰী
উপকাৰ
কমলা টেঙাৰ বাকলীৰো যথেষ্ঠ উপকাৰ আছে।
উপকাৰ
মুখৰ পৰা দুৰ্গন্ধ, মহ খেদাৰৰ বাবে আৰু মধুমেহ ৰোগত কমলাৰ বাকলি উপকাৰী।
উপকাৰ
লগতে পঢ়ক
কিয় বাতিল হ’ল শতাধিক ইণ্ডিগ’ বিমানৰ উৰণ?
Learn more