কফিত থকা কেফেইনে মগজুক সক্ৰিয় কৰি ৰাখে।

09 Nov 2025

TV9 ASSAM

Photos Credit Getty Images

কফিত থকা কেফেইনে শৰীৰত সাধাৰণতে “ষ্ট্ৰেছ হৰম’ন” কৰ্টিছল বৃদ্ধি কৰে।

কফি

ৰাতি কফি সেৱন কৰিলে টোপনি অহাত বিলম্ব হ’ব পাৰে।

সমস্যা

ফলত ভাগৰ,মনোযোগৰ অভাৱ আৰু কাম কৰাৰ ক্ষমতা হ্ৰাস পায়।

সমস্যা

 খালী পেটত সেৱন নকৰিব আৰু শৰীৰৰ প্ৰয়োজনীয়তা বুজিব লাগে।

সমস্যা

ৰাতি কফি সেৱন কৰিলে উদ্বেগ বৃদ্ধি, হৃদস্পন্দন আৰু পাচনতন্ত্ৰৰ সমস্যা বৃদ্ধি হয়।

সমস্যা

মনত ৰাখক দিনটোত ৩-৪ কাপতকৈ বেছি চাহ-কফি খাব নালাগে ।

গুৰুত্বপূৰ্ণ

সুস্থ জীৱনশৈলীৰ বাবে ৰাতি কফি খোৱাৰ পৰা বিৰত থাকক।

সমস্যা

লগতে পঢ়ক

প্ৰতি ১০ গ্ৰামত ১ গ্ৰামৰ লোকচান!