শনিবাৰটো হিন্দু ধৰ্মত শনিদেৱক উৎসৰ্গিত।

27 Sept 2025

TV9 ASSAM

শনিদেৱক কৰ্মৰ ফলদাতা বুলি সকলোৱে কয়।

ফলদাতা

শনি দোষ বা অশুভ প্ৰভাৱ কম কৰিবলৈ শনিবাৰে পূজা কৰিলে ফল পায়।

শনি পূজা

 জীৱনৰ বাধা আঁতৰোৱাত সহায় কৰে আৰু কেৰিয়াৰ, ধন-সম্পত্তি আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰে।

পূজা

প্ৰথমে শনি দেৱৰ মূৰ্তি বা ফটোৰ সন্মুখত এটা চাকি জ্বলাওক।

পূজা

ক’লা তিল বা সৰিয়হৰ তেল দি চাকি দিব। জীৱনৰ বাধা আঁতৰিব।

পূজা

শনিবাৰে আৰ্তজনক ক’লা তিল, ক’লা কাপোৰ, লোহাৰ বস্তু দান কৰক।

শুভ

এই বাতৰিৰ তথ্য জ্যোতিষৰ নীতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

 TV9 অসমে নিশ্চিত নকৰে।

লগতে পঢ়ক

RBI ৰ ডাঙৰ সিদ্ধান্ত