iPhone ৰ পৰা শীঘ্ৰে ডিলিট কৰক তিনিটা এপ, দূৰ হ'ব সমস্যা।
30 May 2025
TV9 ASSAM
Apple iPhone ব্যৱহাৰকাৰীসকলে প্ৰায়ে storage ৰ সমস্যাত ভুগে।
সমস্যা
Android ৰ দৰে iPhone টো কিছুমানত আৰম্ভণিৰ পৰা এপ থাকে।
কিছুমান কামত নাহে
আজি আপোনাক তেনে কিছু এপৰ বিষয়ে কম, যাৰ কোনো কাম নাই।
এপ
এই এপটো কেতিয়াবাহে কোনোবাই ব্যৱহাৰ কৰে। ইয়াক আঁতৰাব পাৰে।
Journal
এই এপটোও বেছিভাগ ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ নকৰে। আপুনি ডিলিট কৰিব পাৰে।
Garageband
বস্তু জুম কৰি চাবলৈ ব্যৱহাৰ। কেমেৰাতো আপুনি চাব পাৰিব গতিকে ডিলিট কৰিব পাৰে।
Magnifier
এইদৰে আপুনি ব্যৱহাৰ নকৰা এপবোৰ ডিলিট কৰিব পাৰে।
মনত ৰাখিব
চাবলৈ ক্লিক কৰক
মাহেকীয়াত মূৰ ধোৱা
Learn more