প্ৰতিগৰাকী মহিলাই দীঘল আৰু ডাঠ চুলি ভাল পায়।

29  Oct 2025

TV9 ASSAM

অস্বাস্থ্যকৰ খাদ্য আৰু জীৱনশৈলীৰ বাবে ইয়াৰ লগত জড়িত সমস্যা দেখা দিয়ে।

যতন লওক

ঘৰুৱা কিছুমান পদ্ধতিৰে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল’ব পাৰে।

যতন

মূৰ ধুই টাৱেলেৰে কেতিয়াও জোৰত চুলি বান্ধিব নালাগে।

যতন

বহুতে চুলি ধুই চুলিখিনি টাৱেলেৰে জোৰকৈ মেৰিয়াই থয়।

অপকাৰিতা

 ইয়াৰ পৰিৱৰ্তে পাতল কাপোৰ ব্যৱহাৰ কৰিব পাৰে। 

উপকাৰ

চুলিত পিয়াজৰ মাস্ক লগাওক। ই আপোনাৰ চুলিক ডাঠ আৰু ঘন কৰিব।

উপকাৰ

চুলিৰ বাবে এলোভেৰা অতি উপকাৰী। ইয়াক আপুনি মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে।

যতপন

লগতে পঢ়ক

বীৰ লাচিত সেনাৰ কাৰ্যালয়ত অঘটন!