কাজি নেমুৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে নেকি?

21 October 2025

TV9 ASSAM

Photos Credit: Getty Images

অসমৰ জাতীয় ফল কাজি নেমু। কাজি নেমুয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰে।

কৰ্কট ৰোগ প্ৰতিৰোধ

কাজি নেমুত থকা এন্টিঅক্সিডেন্ট আৰু ফাইটোকেমিকেলবোৰে কৰ্কট কোষৰ বৃদ্ধি প্ৰতিহত কৰাত সহায় কৰিব পাৰে।

কোষৰ বৃদ্ধি প্ৰতিহত

কাজি নেমুৰ ৰসে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে, যিটো কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে গুৰুত্বপূৰ্ণ।

বিষাক্ত পদাৰ্থ আঁতৰ

কাজি নেমুত এণ্টিঅক্সিডেন্ট থাকে, যি শৰীৰক ফ্ৰি ৰেডিকেলৰ পৰা সুৰক্ষা দিয়ে, যিয়ে কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে।

এণ্টিঅক্সিডেন্ট

নেমুৰ বাকলি আৰু ৰসত থকা ফাইটোকেমিকেলবোৰে কৰ্কট কোষৰ বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ফাইটোকেমিকেল

চাইট্ৰিক এচিডে কৰ্কট কোষ ধ্বংস কৰাত সহায় কৰে। গতিকে কৰ্কট ৰোগৰ পৰা বাছি থাকিবলৈ কাজি নেমু খাব পাৰে।

চাইট্ৰিক এচিড

নেমুৰ ৰসে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। ফলত কৰ্কট ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

ডিটক্সিফিকেচন

কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে কাজি নেমু গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। এই প্ৰতিবেদন বিভিন্ন উৎসৰ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। Tv9 অসমীয়া কোনো কাৰণতে দায়ী নহয়।

স্পষ্টীকৰণ

পঢ়িবলৈ ক্লিক কৰক

ইউৰিক এচিড বৃদ্ধি পালে কি খাব নালাগে?